৯ টা ভাষা,
১৪ খন শিক্ষা পৰিষদ,
২৩ খন ৰাজ্য আৰু
৮ খন কেন্দ্ৰীয়শাসিত অঞ্চল

GYANSROTA
পৃথিৱীৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ এডুটেক প্লেটফৰ্ম হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ







সফলতা এতিয়া দিঠকত!

জ্ঞানস্ৰোত হৈছে +২ স্তৰ পৰ্য্যন্ত শিক্ষাৰ্থী সকলৰ কাৰণে ডিজিটেল শিক্ষাৰ এটি অনন্য প্লেটফৰ্ম। তিনিটা ভিন্ন ভাষাৰ ২.৪ লাখ ছাত্ৰ-ছাত্ৰীক সেৱা কৰাৰ অনন্য অভিজ্ঞতা থকা এটি দলে জ্ঞানস্ৰোত তৈয়াৰ কৰিছে। জ্ঞানস্ৰোত অনলাইন অফলাইন দুয়োটা পদ্ধতিতে উপলব্ধ। জ্ঞানস্ৰোতে ১৪খন শিক্ষা-বৰ্ডৰ ৯টা ভাষাত ২৩খন ৰাজ্যৰ ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লয়।

 

নৱম আৰু দশম শ্ৰেণীৰ পাছত

আৰম্ভ হল জ্ঞানস্ৰোত নিট (NEET)

অতি সোনকালেই আহি আছে

জ্ঞানস্ৰোত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখা

আৰু

শিশু সকলৰ বাবে জ্ঞানস্ৰোত কিড্ (Kid)

অধিক জানক

বৈশিষ্ট্যসমূহ

যি ইয়াক একক আৰু অনন্য কৰি তোলে

ই-গ্ৰন্থ

ই-গ্ৰন্থসমূহ বিদ্যালয়ৰ পাঠ্যক্ৰম অনুসৰি তৈয়াৰ কৰা হৈছে আৰু যি স্পষ্ট ছবি আৰু এনিমেছনেৰে সমৃদ্ধ।

ভিডিঅ’

শ্ৰেণীকোঠাত এটা সময়ত পোৱা বক্তৃতাৰ বিপৰীতে, অনুচ্ছেদ অনুসৰি, বিষয় ভিত্তিক টিউটৰিয়েল ভিডিঅ যিবোৰ বাৰে বাৰে চলাই সন্দেহ দূৰ কৰিব পাৰি।

আৰ্হি প্ৰশ্ন আৰু উত্তৰ

বিশিষ্ট শিক্ষকৰ দ্বাৰা প্ৰস্তুত কৰা পৰীক্ষা কেন্দ্ৰিক উত্তৰৰ চানেকি যি পথ প্ৰদৰ্শকৰ কাম কৰে।

বহু নিৰ্বাচনী প্ৰশ্ন পৰীক্ষা

প্ৰতিটো বিষয়ৰ কাৰণে প্ৰত্যেক খন কিতাপৰ প্ৰতিটো অধ্যায় প্ৰস্তুত কৰা হৈছে এই পৰীক্ষাবোৰ অধ্যয়নৰ অগ্ৰগতি আৰু শিক্ষাৰ্থীৰ জ্ঞান মূল্যায়ন কৰাৰ উদ্দেশ্যৰে কৰা হৈছে।

গণিত অনুশীলন

অণুশীলনৰ মাধ্যমেৰে গণিতক সহজ আৰু সৰল কৰি তোলা আৰু পৰীক্ষাত পৰীক্ষাৰ্থীৰ প্ৰদৰ্শন উন্নত কৰি তোলাৰ লক্ষ্য।.

ইংৰাজী ব্যাকৰণ

শিক্ষাৰ্থীৰ লিখাৰ লগতে যোগাযোগৰ দক্ষতা বৃদ্ধি কৰাৰ কাৰণে সাধাৰণতে ব্যৱহৃত ইংৰাজী প্ৰসংগ প্ৰস্তুত।

অধ্যয়নৰ সময়সূচী

একাডেমীক কেলেণ্ডাৰৰ বা বৰ্ষপঞ্জীৰ ওপৰত ভিত্তি কৰি তৈয়াৰীৰ কাৰণে শিক্ষাৰ্থীসকলৰ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া সময়সূচী প্ৰস্তুত।

মৌখিক ইংৰাজী

ইংৰাজী ব্যৱহাৰ কৰি শিক্ষাৰ্থীৰ মৌখিক যোগাযোগৰ ক্ষেত্ৰত যাতে সাৱলীল কৰি তোলে তাৰবাবে বিশেষ ভাৱে সামগ্ৰীক পদ্ধতিৰে পাঠ্যক্ৰমটি তৈয়াৰ কৰা হৈছে।

পৰিভাষা

আঞ্চলিক ভাষাৰ পৰা ইংৰাজী, ইংৰাজী উচ্চাৰণ আৰু বৈজ্ঞানিক ও জটিল পদবোৰৰ ধ্বনিগত প্ৰতিলিপি অনুবাদ।

অধিক জানক

প্ৰদৰ্শনী

জ্ঞানশ্ৰোতৰ দ্বাৰা আগবঢ়োৱা শিক্ষণ সামগ্রী আৰু পদ্ধতিৰ সুউচ্চ মানদণ্ডৰ এটি চমু আভাষ পাবৰ বাবে এই ভিডিঅ' কেইটি চাওক।

অধিক জানক

পেকেজ সমূহ

জ্ঞানশ্ৰোতক এনেকৈ প্ৰস্তুত কৰা হৈছে যাতে ভাৰতৰ প্ৰত্যেক বিদ্যাৰ্থীৰ বাবে ই সহজলভ্য হয়। আপোনাৰ পাঠ্যক্ৰম আৰু প্ৰয়োজন অনুসৰি সকলোতকৈ উপযোগী পেকেজটো বাছি লওক।

যোগাযোগ কৰক

GYANSROTA is an offering from
ASCOSYS,
a complete IT solution provider based in India.

অধিক জানিবলৈ ওপৰৰ ASCOSYSৰ ল’গ’ত ক্লিক কৰক।